Welcome to my youtube channel
মোৰ চেনেল টোৰ নাম হৈছে Babita's world ইয়াত সকলো ধৰণৰ ভিদিয় দেখিবলৈ পাব।বিশেষকৈ ৰেচিপি আৰু craft ভিডিয় পাব। আৰু লগতে Assamese celebrity video বোৰো পাব।
ভিদিয় বোৰ চাই plz like,share,comment and subscribed কৰিব বুলি আশা কৰিলোঁ।