নমস্কাৰ, আমি Assamese short film ত বহুত ছুটী Video,
Heart toutching Video, Commedy video, Love
Story আদি আপোনালোকৰ মনোৰঞ্জনৰ বাবে Upload
কৰি থাকো! যদি আপোনালোকে আমাৰ Video বোৰ
চাই ভাল পায় তেন্তে বহুত বহুত ধন্যবাদ আৰু যদিহে
আপোনালোকে এতিয়াও আমাৰ Chanel টো Subscribe
কৰা নাই তেন্তে Subscribe কৰক !!!! আৰু আপোনালোকেও
আমাক Topic দিব পাৰে, তেতিয়া আমি সেই Topic
ৰ ওপৰত Video বনাম আৰু Video টোৰ আৰম্ভনিতে
আপোনাৰ নাম, ঠিকনা জনাই দিম, ধন্যবাদ
Plz subscribe my channel
youtube.com/@Dhanjit_Kalita