Channel Avatar

Pahi R Gogoi @UCuT19_C8LfRQMug2lC1qt5A@youtube.com

35K subscribers - no pronouns :c

I am Pahi R Gogoi from Assam🥰🙏... Hokoluke mur channel tu


Welcoem to posts!!

in the future - u will be able to do some more stuff here,,,!! like pat catgirl- i mean um yeah... for now u can only see others's posts :c

Pahi R Gogoi
Posted 2 years ago

নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল সকলোকে স্বাগতম জনাইছোঁ🙏❤।আশাকৰো আপোনালোক ভালে আছে❤।
আচলতে যোৱাকালিৰ কল ৰেকৰ্ডিং ভিডিওটোত প্ৰকাশিত হোৱা মোৰ কইনাৰ ৰূপৰ ফটোকঁপি লৈ যি চৰ্চাৰ লগতে সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে তাৰবাবে সকলোৰে ওচৰত ক্ষমা বিছাৰিছোঁ।। অহাকালি আহিবলগীয়া ভিডিওটোত সকলো খুলি কম বুলি ভাবিছোঁ ।গতিকে আশাকৰোঁ আপোনালোকৰ সহাৰি পাম🙏❤💐।
শেষত সকলোকে ধন্যবাদ জনাইছোঁ ।
ইতি
আপোনালোকৰ মৰমৰ পাহী/পাহী বা❤🙏

380 - 28

Pahi R Gogoi
Posted 2 years ago

https://youtu.be/liNC7B1chvQ
My First Vlog চোৱা নাই যদি চাবচোন আপোনালোকৰ সহাৰি পালে সচাঁই বহুত আনন্দিত হওঁ 😍😍🙏🙏💞💞🥰🥰❤😊

79 - 21

Pahi R Gogoi
Posted 2 years ago

First Post:-At First Thank you so much all for your valuable love and Support......🙏🙏🙏💞

😍....প্ৰথমটো vlog দিম বুলি ভাবিছোঁ সহাৰি জনাবানে বন্ধুসকল??❤❤😊😊💐💐🥰🙏🙏First vlog dim buli vabi asu Hyderabad goi...hohari jonabane tumaluke friends!!🙏🙏🥰😍যদি support koriba tente comment,t jonaba dei.....🙏🙏💞Tumalukor hohari a utkhah jugabo ....🥰

67 - 26