নমস্কাৰ 🙏 মই "ৰাজীৱ"
-------------------------------
আশা কৰো সকলো ভালেই আছে 🥰 আৰু ভালে থকাৰ কামনা কৰিছো 🙂 ভগৱানে যাতে সকলোকে কুশলে ৰাখে 🙏
" RJ Love 💕 " হ'ল সেইটো Youtube Channel যিটো Youtube Channel ৰ জড়িয়তে প্ৰায় সকলো ধৰনৰ Assamese Status যেনে---
Assamese Sad Whatsapp Status 😔,
Assamese Love Status 💝,
Assamese Breakup Whatsapp Status 💔,
Black Screen Whatsapp Status,
বিভিন্ন উৎসৱৰ লগত জড়িত Status, আৰু সময়ৰ লগত খাপ খোৱা বিভিন্ন ধৰণৰ অন্যান্য Assamese Status সমূহ আপোনালোকলৈ
আগবঢ়াই দিয়া হয়...
পিছে আপোনালোকৰ মৰম 🥰, সহায় সহযোগিতা আৰু সাহস অবিহনে কাহানিও আগবাঢ়ি যাব নোৱাৰো । আপোনালোকৰ মৰম 🥰, সহায় সহযোগিতা আৰু সাহসে আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰে 😌।
সেয়ে আশা কৰো আপোনালোকে আপোনালোকৰ মৰম, সহায় সহযোগিতা আৰু সাহস দি আগ বাঢ়ি যোৱাত প্ৰেৰণা দিয়ে 🙏🙏🙏
-- মানুহ মাত্ৰেই ভুল --
🙏 ভুল হ'লে ক্ষমা কৰিব 🙏