Welcome To My Youtube Channel
নমস্কাৰ মিচিং ৰাইজ মোৰ নাম শ্ৰী উৎপল মেদক (Mising Ao) ।। মোৰ Channel লত আপোনালোকৰ মনোৰঞ্জনৰ বাবে ধুনীয়া ধুনীয়া মিচিং Shorts Videos আৰু Vlog Videos বোৰ উপভোগ কৰিব পাৰিব ।। গতিকে আপোনালোকৰ মনবোৰক আনন্দিত কৰাৰ উদ্দেশ্যে এই Channel টো বনোৱা হৈছে ।। গতিকে আপোনালোকৰ সহায়- সহযোগে মোক আগুৱাই যোৱাত বহুত সহায় কৰিব। আপোনালোকৰ এটা Like আৰু Subscribe বে মোক বহুতো প্ৰেৰণা দিয়ে।।
ভাল পালে মোৰ Channel টো Subscribe কৰি দিব।।
ধন্যবাদ 🙏।।
🙏Mising :: R'engam:: Irroi🙏
🙏Joi:: Ai:: Axom🙏
Village - Rigbi(Jonai).
Dis - Dhemaji.
#Mising_Re"ngam_irroi".
#Joi_Aai_Axom.
Please Subscribe To My Channel 🙏😊🙏.