High Definition Standard Definition Theater
Video id : vH0lmwYl09Q
ImmersiveAmbientModecolor: #c6c1b8 (color 2)
Video Format : (720p) openh264 ( https://github.com/cisco/openh264) mp4a.40.2 | 44100Hz
Audio Format: 140 ( High )
PokeEncryptID: 86556c8108c9de1f1b714700db591845b09ff0ba070e7f18ca8b4ee4cdc4dd222eab0e723b70a6ad1135bc63db82416c
Proxy : eu-proxy.poketube.fun - refresh the page to change the proxy location
Date : 1730026273050 - unknown on Apple WebKit
Mystery text : dkgwbG13WWwwOVEgaSAgbG92ICB1IGV1LXByb3h5LnBva2V0dWJlLmZ1bg==
143 : true
Viral Video I এক শিহৰণকাৰী ঘটনা
Jump to Connections
24 Views • Jul 10, 2024 • Click to toggle off description
#Northeast #Assam #latestnews

এক ভয়ংকৰ ঘটনা
জলপ্ৰপাতত সলিল সমাধি ঘটিল ৪ শিশুসহ ৫ জনৰ
বৰষুণৰ মাজতে বনভােজস্থলীত জলকেলিত ব্যস্ত থকাৰ মাজতে ঘটিল এই ঘটনা
ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত
চাওক- কিদৰে জলপ্ৰপাতৰ বাঢ়নী পানীৰ মাজত আবদ্ধ হৈ পৰিছ দুটা পৰিয়ালৰ ৭ জনকৈ লােক
মুহূৰ্ততে পানীৰ ঢলত উটি গৈছে এই লােকসকল- ইয়াৰে ২ জন প্ৰাণৰক্ষা পৰে যদিও মৃত্যুমুখত পৰিছে ৪ শিশুসহ ৫ জন


জানিব পৰা মতে. এই ঘটনাৰ স্থান মুম্বাইৰ পৰা ৮੦ কিমি দূৰৈত থকা লােনাভালাৰ ভুচী নদীবান্ধ
ধাৰাসাৰ বৰষুণৰ মাজতে বান্ধৰ জলস্তৰ বৃদ্ধি হােৱাৰ ফলতে সৃষ্টি হয় এই পৰিস্থিতিৰ


ইতিমধ্যে ৩ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।
তেওঁলোকৰ নাম সাহিস্তা লিয়াকত আনছাৰী (36), আমিমা আদিল আনছাৰী (13) আৰু উমেশ আদিল আনছাৰী (8) বুলি জানিব পৰা গৈছে
আটাইকেইজন পুনেৰ বাসিন্দা
ঘটনাটো সংঘটিত হোৱাৰ সময়ত জলাশয়টোৰ ওচৰত এশৰো অধিক পৰ্যটক আছিল যদিও কোনেও পৰিয়ালক সহায় কৰিব পৰা নাছিল।
Metadata And Engagement

Views : 24
Genre: News & Politics
License: Standard YouTube License
Uploaded At Jul 10, 2024 ^^


warning: returnyoutubedislikes may not be accurate, this is just an estiment ehe :3
Rating : 0 (0/0 LTDR)

0% of the users lieked the video!!
0% of the users dislieked the video!!
User score: 0.00- Overwhelmingly Negative

RYD date created : 2024-10-27T10:51:12.8237088Z
See in json
Connections
Nyo connections found on the description ;_; report an issue lol

0 Comments

Top Comments of this video!! :3

Go To Top