PokeVideoPlayer v23.9-app.js-020924_
0143ab93_videojs8_1563605_YT_2d24ba15 licensed under gpl3-or-later
Views : 70
Genre: Music
License: Standard YouTube License
Uploaded At Nov 18, 2024 ^^
warning: returnyoutubedislikes may not be accurate, this is just an estiment ehe :3
Rating : 0 (0/0 LTDR)
0% of the users lieked the video!!
0% of the users dislieked the video!!
User score: 0.00- Overwhelmingly Negative
RYD date created : 2024-11-19T04:23:21.079136Z
See in json
Top Comments of this video!! :3
আলি বা তে
আলি বা তে --
কেঁচা আ লিৰ
বা তে বা তে --
চলি ছে মটৰ
জী পে গাড়ী --
উৰিছে বগা ধূলি ---
ধূলি বগা ধোৱাই
সাৱটি ধৰিলে
বাত ৰ তৰো লতা
কিনো সাঁজ বহিলে
সেই নু বালি ধূলি
বাৰিষা ৰ --- বৰষুণৰ পানীয়েই
ধুই নিকা
কৰিব নোৱাৰে --
যেন প্ৰেমৰ
আঠাহে লাগিলে --
হাই হাই জান --
গাওঁ হাবি বন
বিৰিনা ৰ
মাজে মাজে --
তোমাৰ মোৰ -- সঘনাই
লগ কৰি
আমি কৰা প্ৰেমৰ ,--
ৰসাল অনুভূতি য়ে --
হিয়া ত মোৰ
কিনো অই ,,
প্ৰেমৰ লেতেৰা
সাঁজ বহুৱালে--
কিনো অই
প্ৰেমৰ লেতেৰা ,--
সাঁজ বহুৱালে
কিনো প্ৰেমৰ
আঠ লাগিলে ,--
কিনো প্ৰেমৰ --
আঠা লাগিলে
কিনো প্ৰেমৰ--
আঠা লাগিলে
অই জান --
সঘনাই তোৰলৈ --
মনত পৰি থাকে
তোক জান ,,--
এৰিব নোৱাৰা -- হলো ---
অই জান --
প্ৰেমৰ আঠা
বেয়াকৈ লাগিল --
3 |
@Mainabora-jt4ru
15 hours ago
সঁচাকৈ বহুত ধুনীয়া লাগিছে💞💞
|